চাঞ্চল্যকৰ হত্যাকাণ্ড: পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ

চাঞ্চল্যকৰ হত্যাকাণ্ড: পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ

জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা। নিহত লোকজন আচাদুৰ ৰহমান। ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ। ঘাইপথৰ কাষত পেলাই দিছিল স্বামী আচাদুৰৰ মৃতদেহ। নিশাই গ্ৰেপ্তাৰ অভিযুক্ত পত্নী ফিৰ’জা খাতুন। অবৈধ প্ৰেমিক চফিকুল ইছলামকো গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ৰণ্টু বৰদলৈ নামৰ গাড়ী চালক।

GTM Desk