আজি আদালতত হাজিৰ হ’ব NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা
🔴আজি আদালতত হাজিৰ হ’ব NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা
🔴কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব হাজেলা
🔴সোঁশৰীৰে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল আদালতে
🔴বিত্তীয় অনিয়মৰ অভিযোগত তৰিছিল গোচৰ
🔴হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে