Advertisement

মণিপুৰত বিবস্ত্ৰা কৰা দুই মহিলাই কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিলে আবেদন

মণিপুৰত বিবস্ত্ৰা কৰা দুই মহিলাই কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিলে আবেদন

মণিপুৰত বিবস্ত্ৰা কৰা দুই মহিলাই কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিলে আবেদন।মণিপুৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰে আবেদন।
আজি উচ্চতম ন্যায়ালয়ে দুই মহিলাৰ আবেদনৰ ভিত্তিত কৰিব শুনানি।
উল্লেখ্য যে, ১৯ জুলাইত মণিপুৰৰ দুই মহিলাক বিবস্ত্ৰা কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।

Shahnawaz Hamza