🛑 কেৰালাত কামৰ বাবে গৈছিল স্বামী, ঘৰলৈ উভতি সন্ধান নাপালে পত্নীৰ🛑 হেৰুওৱা পত্নীৰ সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা স্বামীৰ
Author: GTM Desk
এই খন অসমত নহয় কি? ২২ বছৰীয়া ভাগিনৰ সৈতে পলাই গ’ল ৩২ বছৰীয়া মামীয়েক। দুই সন্তান আৰু স্বামীক এৰি ভাগিনৰ সৈতে পলাই গ’ল মামীয়েক। গাখীৰ খুৱাই সাপ পুহিছিলো বুলি মন্তব্য মোমায়েকৰ
🔴চিৰাঙত গুলীবিদ্ধ চোৰাংচিকাৰীৰ মৃত্যু🔴নিশা আৰক্ষীৰ গুলীত আহত হৈছিল চোৰাংচিকাৰী নৱেশ্বৰ বসুমতাৰী🔴দুটাকৈ গঁড়, ৪০টাৰো অধিক বন্যহস্তী চিকাৰৰ সৈতে জড়িত আছিল নৱেশ্বৰ
🔴যুৱতীৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি দি আৰক্ষীৰ জালত অধিবক্তা🔴চানমাৰিৰ পৰা গ্ৰেপ্তাৰ অধিবক্তা গৰাকীক🔴গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 🔴অধিবক্তাজনৰ ঘৰ নগাঁও জিলাৰ কচুৱাত🔴ফেচবুকৰ জৰিয়তে হোৱা চিনাকিৰ পাছতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক🔴যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰিব বিচৰাত অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি দিছিল অধিবক্তা গৰাকীয়ে🔴গীতানগৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ অধিবক্তাজনক
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আত্মসমৰ্পণ আলফা(স্বাঃ)ৰ কেডাৰৰ। অৰুণাচলৰ খুনচাত আত্মসমৰ্পণ অপৰাজিত নাথ ওৰফে পংকজ অসমৰ। অপৰাজিত নাথৰ ঘৰ বঙাইগাঁৱৰ বাঁহবাৰীত। ২০২২ত আলফাত যোগদান কৰিছিল অপৰাজিত নাথে।