খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পা সেই কথা নতুনকৈ কাকো কোৱাৰ প্রয়োজন নাই। পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ আগলৈকে যিবোৰ খাদ্য গ্ৰহণ কৰা হয় সেইবোৰেই শৰীৰৰ ইন্ধন। খাদ্যৰ পৰা আহৰণ কৰা কেলৰি শৰীৰত জমা হয়। দৈনন্দিন যিকোনো কার্য সম্পাদনে ব্যয় হয় কেলৰি
Author: GTM Desk
সহজতে পাব পৰা নিমপাতৰ বহু উপকাৰী গুণ আছে৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে
কোকৰাঝাৰ জিলাৰ কচুগাও বনাঞ্চলৰ দুৰ্গম অঞ্চলৰ টাকাম পুৰ কলডাবৰী গাওৰ ফনিন গয়াৰী আৰু কেৰিনা গয়াৰীৰ কন্যা হায়নিয়াছ গয়াৰীয়ে গুৱাহাটিৰ শিল্পগ্ৰামত অনুষ্ঠিত সাংস্কৃতিক সংগম ২০২৩ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান দখল কৰি সুনাম কঢ়িয়াই আনে । হায়নিয়াচ গয়াৰীয়ে কচুগাও বনাঞ্চলৰ দৰে দুৰ্গম অঞ্চলৰ পৰা এনে ধৰনৰ সুনাম সুনাম
মোবাইল ফোন বা স্মাৰ্টফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটো নহ’লে যেন কোনো কথাই চিন্তা কৰিব পৰা নাযায়৷ পিছে স্মাৰ্টফোনটো দৈনিক ব্যৱহাৰ কৰোঁতে কৰোঁতে এটা সময়ত ইয়াৰ স্পীড বা গতি কমি আহিবলৈ ধৰে৷ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰেই হওক বা আন যিকোনো কামেই হওক, সেয়া কৰাত সমস্যা হৈ
গুণিত মোংগা প্ৰযোজিত আৰু কাৰ্তীকি গনছালভেছৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইস্পাৰ্ছ’ য়ে অস্কাৰ লাভৰ মাত্ৰ ৫ টা মাহৰ পাছতে এতিয়া বিতৰ্কত সোমাই পৰিছে। বিশ্বমঞ্চত সন্মানিত হোৱা স্বত্বেও এই তথ্যচিত্ৰখন বিতৰ্কৰ মাজত সোমাই পৰাক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিতৰ্কৰ কাৰণ তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজকৰ বিৰুদ্ধে মাউত দম্পতীয়ে