মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীলৈ, ৰাইজৰ কাম সময়ত নহ’লে কৰ্তন হ’ব দৰমহাৰ ধন! এতিয়াৰে পৰা নিৰ্ধাৰিত সময়মতেই কাম সম্পূৰ্ণ কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। অন্যথা কৰ্তন হ’ব কৰ্মচাৰীৰ দৰমহা। গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত অংশগ্ৰহণ কৰি এই সকীয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত ৭৫গৰাকী অৰাজপত্ৰিত
Author: GTM Desk
এইবাৰ খৰচ বাঢ়িব শিক্ষাৰ্থীসকলৰ। হোষ্টেল অথবা পেয়িং গেষ্টত থাকিবলৈ হ’লে দিব লাগিব ১২ শতাংশ পণ্য আৰু সেৱা কৰ (GST)। কালি কৰ্ণাটকৰ এডভান্স ৰুলিং বেঞ্চে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশ অনুসৰি হোষ্টেলত থকাৰ ভাড়া আৰু পেয়িং গেষ্টৰ ক্ষেত্ৰত এতিয়া ১২ শতাংশ জি এছ টি অথবা পণ্য আৰু সেৱা কৰ প্ৰয়োগ কৰা
১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ চলিব মিছন ইন্দ্ৰধনুৰ দ্বিতীয় পৰ্যায় ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ চলিব মিছন ইন্দ্ৰধনুৰ তৃতীয় পৰ্যায় প্ৰতিমাহে ৬ দিনত ৩টা পৰ্যায়ত চলিব এই অভিযান
এই অভিযানত যিসকল শিক্ষকৰ ডিগ্ৰী ভুৱা প্ৰমাণিত হয় তেওঁলোকে চাকৰি হেৰুওৱাৰ উপৰিও জে’ল যাত্ৰাও কৰিব লাগবি। ইতিমধ্যে শিক্ষাবিভাগে ডিগ্ৰীৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰি নিজাববীয়াকৈ প্ৰস্তুত কৰিছে তালিকা। এই তালিকাৰ ভিত্তিতে জিলাই জিলাই সোমবাৰৰ পৰা আৰম্ভ হ’ব অভিযান।উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট,
🔷 নিশা ষ্টেডিয়ামখনৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 🔷 সাজু হৈ উঠিছে মুঠ ১৬খন কৰ্ট, ব্যৱস্থা আছে ৩ হাজাৰ ৫০০ দৰ্শক বহিব পৰা গেলেৰীৰ 🔷 লগতে সাজু কৰা হৈছে ৬৪ জন খেলুৱৈ আৰু ২০ গৰাকী প্ৰশিক্ষকৰ বাবে উন্নত মানৰ আবাসগৃহ