Author: GTM Desk

আপোনাৰ এই ভুলে জীৱনলৈ মাতিব পাৰে ভয়ংকৰ বিপদ

আপোনাৰ এই ভুলে জীৱনলৈ মাতিব পাৰে ভয়ংকৰ বিপদ

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো দিশ আৰু প্ৰতিটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰে পাকঘৰত যথেষ্ট প্ৰভাৱ পেলায়। পাকঘৰৰ পৰা মুকলি হোৱা শক্তিয়ে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কাৰণ পাকঘৰত ৰন্ধা খাদ্য ঘৰৰ সকলোয়ে খায়। ই ঘৰটোৰ অৰ্থনৈতিক

মণিপুৰ চৰকাৰক কৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত সহযোগী দলৰ…

মণিপুৰ চৰকাৰক কৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত সহযোগী দলৰ…

বিগত প্ৰায় ৩ মাহ ধৰি মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। ইয়াৰ মাজতে মণিপুৰৰ ৰাজনীতিত এক ডাঙৰ পৰিবৰ্তন ঘটনাৰ সম্ভাৱণা আছে। অকলশৰীয়া হোৱাৰ দিশে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং। মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ সহযোগী দলে ৰাজ্য চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। দুগৰাকী বিধায়ক থকা কুকি পিপলছ এলায়েন্সে ৰাজ্যপাল অনুচুয়া

মুখ্যমন্ত্ৰী আহিব, নিশা পথ মেৰামতিত ব্যস্ত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী..

মুখ্যমন্ত্ৰী আহিব, নিশা পথ মেৰামতিত ব্যস্ত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী..

মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত গা লৰিল বিয়াগোম লোকনিৰ্মাণ বিভাগৰ। নিশা শিল-বালিৰে প্ৰকাণ্ড গাত মেৰামতিত নামিল লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী। বিষয়াৰ অকপট স্বীকাৰোক্তি, মুখ্যমন্ত্ৰীৰ আগমনৰ বাবেহে ততাতৈয়াকৈ মেৰামতি কৰা হৈছে বিধ্বস্ত হৈ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইপিনে প্ৰয়োজনীয় পুঁজিৰ অভাৱত দীৰ্ঘদিনে পথচোৱা মেৰামতি কৰিব পৰা নাই বুলিও স্বীকাৰ কৰিলে লোকনিৰ্মাণ বিভাগৰ

ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা

ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা

উত্তৰ প্ৰদেশৰ অযোধ্যাত দ্ৰুতগতিত চলি আছে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ কাম। প্ৰথম মহলাৰ মন্দিৰ কমপ্লেক্সৰ অধিকাংশই সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৪০০ কেজিৰ তলা প্ৰস্তুত কৰিছে আলিগড়ৰ এগৰাকী বৃদ্ধ শিল্পীয়ে। ২০২৪ চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে মন্দিৰটো। হস্তনিৰ্মিত তলাৰ বাবে

ৰঙিয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহতো । নিশা স্থানীয় ৰাইজে পৰি থকা অৱস্থাত দেখা পাই ৰেল আৰক্ষীক খবৰ দিয়ে ৰাইজে । মৃত লোক জনৰ বয়স 25-30 বছৰ মান হব বুলি অনুমান কৰিব পাৰি । লোক জনৰ পৰিচয় এতিয়া লৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ