ক’লা হীৰাৰ অবাধ লুণ্ঠনৰ ফলশ্রুতিত ঐতিহাসিক পাটকাই পৰ্বত ইতিহাস হোৱাৰ দিশে গতি কৰিছে । সুদীৰ্ঘ কাল ধৰি জধে-মধে পাটকাইৰ বুকু ভেদি কয়লা আহৰণ কৰাত সম্প্ৰতি পাটকাইৰ জীৱ-বৈচিত্ৰ্যতা সমুলঞ্চে ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। চৰকাৰী পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে মাফিয়া চক্ৰৰ দপদপনিত এতিয়া পাটকাই পৰ্বতে উচুপি কান্দিছে । শ-শ জেচিবি, ফকলেনৰ হাতোৰাই পাটকাইৰ বক্ষ
Author: GTM Desk
পুনৰ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ আন এজন উপ-পৰিদৰ্শক। এইবাৰ গ্ৰেপ্তাৰ হ’ল উপ-পৰিদৰ্শক জয়ন্ত বৰা। জয়ন্ত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছিল শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰৰ অভিযোগ। নিজৰ বাসগৃহত শিশু শ্ৰমিক ৰখাৰ উপৰিও শিশু শ্ৰমিকৰ চুলি কাটি, শাৰীৰিক প্ৰহাৰ কৰি চলাইছিল নিৰ্যাতন। ঘটনা সংক্ৰান্তত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পত্নী বনশ্ৰী বৰা আৰু বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ
মেষ ৰাশি: আজি সাৱধানে দিন অতিবাহিত কৰা উচিত। স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ ভাল কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে, সেয়েহে সাৱধান হ’ব। মনত ভয়ৰ অনুভৱ হ’ব। ভুল স্থানত ধন বিনিয়োগ নকৰিব। বৃষ ৰাশি: পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাব পাৰিব। ব্যৱসায় বৃদ্ধি
গেছৰ সমস্যাই আমাৰ সকলোকে বাৰুকৈয়ে কষ্ট দিয়ে।বিশেষজ্ঞৰ মতে, দুৰ্বল খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে এই সমস্যাই দেখা দিয়ে।ইয়াৰ ফলত পেট, বুকুৰ লগতে তীব্ৰ মূৰৰ বিষ হয়।বহুতৰে গেছৰ বাবে বমি হোৱাৰ লগতে ডিঙিত কিবা লাগি থকাৰ দৰে অনুভৱ হয়।আপুনিও যদি ইয়াৰ ভুক্তভোগী, তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ
প্ৰচণ্ড গৰমৰ পৰা হাত সাৰিবলৈ সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে শৰীৰৰ লগতে মনটোকো শীতল কৰিব ৰাখিব পাৰে। গৰমৰ দিনত বিশেষকৈ ডিহাইড্ৰেচন, চাপ আৰু উদ্বেগৰ দৰে সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। শৰীৰত পানীৰ অভাৱৰ বাবে ভাগৰ, মূৰৰ বিষ আৰু মানুহ খিংখিঙীয়া হৈ পৰে।যিয়ে চাপৰ স্তৰ বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত