Author: GTM Desk

বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ ঘোষণা গুৱাহাটী, ২৪ অক্টোবৰ – উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৭৭ নং বিহালী বিধান সভা সমষ্টিত অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধান সভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব

নগাঁৱৰ জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ ২৬ আৰু ২৭অক্টোবৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

নগাঁৱৰ জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ ২৬ আৰু ২৭অক্টোবৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

নিউজ ব্যুৰ’,নগাঁও,২৩ অক্টোবৰ :– ১৯৪৪ চনতেই স্থাপন হোৱা নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শবিদ্যালয়খন অঞ্চলটোৰ বাবেই গৌৰৱৰ স্থল। বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰণ ঘটাই সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। ৮০বছৰ গৰকা এই বিদ্যালয়খনে দক্ষ উপায়ুক্ত,চিকিৎসক, অভিযন্তা,বুদ্ধিজীৱি,সফল ব্যৱসায়ী, ৰাজনীতিবিদকে

নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ পৰা ২০২৪চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কুৰি গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

নগাঁৱৰ ৰাইডঙীয়াত “বিকাশ”ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

নগাঁৱৰ ৰাইডঙীয়াত “বিকাশ”ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ:–শিশুৰ বাবে উৎসৰ্গিত সংগঠন “বিকাশ”ৰ উদ্যোগত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্যক্ৰমৰ সহযোগত নগাঁও জিলাৰ ৰাইডঙীয়াত আজি দিনযোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত শিবিৰটিত অঞ্চলৰ তিনি শতাধিক লোকক নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনৰ চকু বিশেষজ্ঞ সকলৰ এটি গোটে চিকিৎসা সেৱা প্ৰদান

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– অসমীয়া শিশু গ্ৰন্থৰ জন্ম আৰু চৰ্চাৰ ক্ষেত্ৰখন দুৰ্বল বুলি সততে প্ৰচাৰ চলি থকাৰ মাজতো প্ৰতিবছৰে প্ৰকাশ পোৱা বহু কেইখন শিশু উপযোগী গ্ৰন্থই শিশুৰ লগতে সাধাৰণ পাঠকৰ মন মগজুত চিন্তাৰ নতুন চেতনা জন্মাবলৈ সক্ষম হৈ আহিছে। ২০২৩বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ “সেউজীয়া সপোন