Author: Shahnawaz Hamza

মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰক নেওচি উদযাপন পবিত্ৰ ঈদ উল্ল জহা

মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰক নেওচি উদযাপন পবিত্ৰ ঈদ উল্ল জহা

আজি পবিত্ৰ ঈদ উল্ল জহা । সমগ্ৰ বিশ্ব লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিলে পবিত্র ঈদ । প্ৰতিকূল বতৰকো নেওচি ঈদগাহ মৈদাম , মহজিদত আডাই কৰিলে

গোসাঁইগাৱৰ হাৰাপুটাত ভয়নকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত যুৱক।

গোসাঁইগাৱৰ হাৰাপুটাত ভয়নকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত যুৱক।

গোসাঁইগাওঁৰ হাৰাপুটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন ২৪ বছৰীয়া যুৱক। যুৱকজন দুই নং বুঢ়ীচাটামগাৱৰ স্থানীয় বাসিন্দা আজিজুৰ আলিৰ পুত্ৰ মফেজ উদ্দীন বুলি চিনাক্তকৰণ কৰা হৈছে।

ইছলামিক পোছাক পিন্ধি নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে

ইছলামিক পোছাক পিন্ধি নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে

চিৰাংঃ বৃহস্পতিবাৰে চিৰাং জিলাৰ দাউখানগৰত পৰম্পৰাগত ইছলামিক সাজ-পোছাক পৰিধান কৰি বড়োলেণ্ড পিপ’লছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ অধ্যক্ষ তথা বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (বিটিচি) প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পৱিত্ৰ ঈদ-আল আধাৰ নামাজত অংশগ্ৰহণ