Author: Shahnawaz Hamza

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন

প্ৰাগজ্যোতিষ বনিয়াক সভাপতি-জনাৰ্দন গোস্বামী সম্পাদক ৰূপে নতুন সমিতি নিউজ ব্যুৰ’,নগাঁও,৫অক্টোবৰ:–নগাঁও জিলাৰ বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ঐতিহ্য বহনকাৰী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি”ৰ বহু প্ৰত্যাশিত বিশেষ সাধাৰণ সভাখন অনুষ্ঠিত