Author: Shahnawaz Hamza

বাইহাটা: শুই থকা অৱস্থাত দুজন লোকক মহতিয়াই নিলে বাহনে

বাইহাটা: শুই থকা অৱস্থাত দুজন লোকক মহতিয়াই নিলে বাহনে

শুই থকা অৱস্থাত দুজন লোকক মহতিয়াই নিলে অন্য বাহনে। বাইহাটাৰ আছাম পাৰ্কিঙত শোকাৱহ দুৰ্ঘটনা। থিতাতে নিহত পশ্চিম বংগৰ চালক মণ্টু সিং আৰু ৰাম নামৰ এজন লোক।