#উমা পাটৰক সভানেত্ৰী-আয়েফা বেগমক সম্পাদিকা হিচাপে নতুন সমিতি গঠন নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ দলংঘাট ব্লক সন্মিলনখনি আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত সন্থাৰ দলংঘাট ব্লক সমিতিৰ প্রতিষ্ঠাপক নেত্রী প্রভাৱতী বৰদলৈয়ে সন্থাৰ পতাকা উত্তোলনেৰে সন্মিলনৰ আৰম্ভণি কৰে। “কথা দি কথা ৰাখক- আমাৰ
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভাখন নগাঁও জিলাৰ যোগী সন্মিলনীৰ ৰহাত নিৰ্মাণ কৰি থকা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। নগাঁও জিলা যোগী সন্মিলনী আৰু ৰহা নাথ সমাজৰ মহিলা গোটৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ ৰাজ্যিক সভানেত্ৰী জেউতি দেৱীয়ে । শংখ- ঘন্টা আয়তীৰ উৰুলিৰ মাজত
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ :–তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT-IPRৰ অধ্যাপক প্ৰীতম দেৱৰ সহযোগত নগাঁৱৰ আগশাৰীৰ খাগৰিজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত “বৌদ্ধিক সম্পত্তিৰ অধিকাৰ,পেটেণ্ট আৰু গৱেষণা” বিষয়ক এসপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী (FDP)ৰ মংগলবাৰে সামৰণি পৰে। যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে কাৰ্যসূচীৰ পৃষ্ঠপোষক হিচাপে আদৰণি ভাষণেৰে
ৰাজ্যৰ ১৮খন জিলাৰ ২৫ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত প্ৰথম কিস্তি হিচাপে আজি খানাপাৰা ফিল্ডত ২৫হাজাৰ যুৱক-যুৱতী, পুৰুষ-মহিলাক বিতৰণ কৰিলে ৭৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ চেক। লগতে, মুখ্যমন্ত্ৰীয়ে ক’লে, ২ লাখ টকাৰ ৭৫ হাজাৰ টকা আজি আৰু ২৫ হাজাৰ
দিনে দিনে বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আজিকালি অধিকাংশ লোকেই এয়াৰ কণ্ডিচনিং (এচি) ব্যৱহাৰ কৰে।এচিয়ে গৰমৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু ই আপোনাৰ ছালখনক খুব বেয়াকৈ প্ৰভাৱিত কৰে। হয়, প্ৰতিদিনে বহুসময় ধৰি এচিত থকাৰ ফলত ছাল শুকান আৰু ডিহাইড্ৰেটেড হৈ পৰে।অৱশ্যে, কেতবোৰ সাৱধানতা অৱলম্বন কৰি আপুনি শৰীৰৰ আদ্ৰতা