Advertisement

Author: Shahnawaz Hamza

সন্ধান নাই দীপাংকৰ বৰদলৈ নামৰ ২৮ বছৰীয়া যুৱকজনৰ !

সন্ধান নাই দীপাংকৰ বৰদলৈ নামৰ ২৮ বছৰীয়া যুৱকজনৰ !

– দীপাংকৰ বৰদলৈৰ ঘৰ কাকডোঙাৰ দলৈ গাঁৱত – যোৰহাটলৈ যাঁও বুলি কৈ মোমায়েকৰ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন – ইতিমধ্যে চোমনী আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ