Author: Shahnawaz Hamza

টীয়কত স্কুলীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা |

টীয়কত স্কুলীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা |

স্কুলীয়া সাজত স্কুলৰ সন্মুখৰ পৰা এখন অট’ত তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অট’ চালক গৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়ে ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱক জন

ডিব্ৰুগড় আৰক্ষীৰ জালত আন এটা প্ৰৱঞ্চক ; প্ৰৱঞ্চক ৰঞ্জিত কাকতিক আটক আৰক্ষীৰ

ডিব্ৰুগড় আৰক্ষীৰ জালত আন এটা প্ৰৱঞ্চক ; প্ৰৱঞ্চক ৰঞ্জিত কাকতিক আটক আৰক্ষীৰ

অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহুলোকক কৰিছিল প্ৰৱঞ্চনা। ডিব্ৰুগড় জীৱন ফুকন নগৰত ঘৰ ৰঞ্জিত কাকতিৰ। অধিক তথ্যৰ বাবে ৰঞ্জিত কাকতিক জেৰা চলাইছে আৰক্ষীয়ে।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি

একশৰণ নামধৰ্ম প্ৰৱৰ্তক তথা অসমীয়া জাতি, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।

তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা; শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে

তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা; শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে

তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয়ৰ তথ্য । উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং ছিণ্ডিকেটতো ধন বিনিয়োগৰ তথ্য লাভ। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী। সম্প্ৰতি চুমি

স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে

স্বপ্ননীলৰ কোটিটকীয়া অফিচ ছীল কৰিলে আৰক্ষীয়ে

শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ নামত ৰাজ্যত প্ৰৱঞ্চনাৰ জাল পেলোৱা বহু প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ মঙলবাৰে ৰাতিটোৰ ভিতৰতে ১০ৰো অধিক এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গ্ৰাহকৰ পৰা কোটি কোটি