Author: GTM Desk

‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

চুৰাট আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডী উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে, ৱায়ানাডৰ সাংসদজনক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয়। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা, সুৰাপায়ীৰ বাবে নতুন নিয়ম চৰকাৰৰ শুকুৰবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কংগ্ৰেছ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰি সুৰাৰ ওপৰত ‘গো শুল্ক’ (Cow Cess) আৰোপ কৰে আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে শিৰোনাম দখল কৰে। হিমাচল প্ৰদেশৰ বিধানসভাত ২০২৩- ২৪

কলিয়াবৰৰ আমবাগানত পৰিবেশ আৰু সচেতন জীৱন শৈলীৰ গঢ়াৰ ওপৰত সপ্তাহযোৰা কাৰ্যসূচী

কলিয়াবৰৰ আমবাগানত পৰিবেশ আৰু সচেতন জীৱন শৈলীৰ গঢ়াৰ ওপৰত সপ্তাহযোৰা কাৰ্যসূচী

নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মঙ্গলবাৰে শুভাৰম্ভ কৰে পৰিৱেশৰ লগতে সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে Mission Lifestyle for Environment (LiFE) শীর্ষক এক‌ সপ্তাহযোৰা কাৰ্য্যসূচী । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনে বুধবাৰে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত,ছিয়েপৰ নগাঁও আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ

একশৰণ ভাগৱতী সমাজৰ বটদ্ৰৱা আঞ্চলিকৰ ৪২ সংখ্যক অধিবেশন সম্পন্ন

একশৰণ ভাগৱতী সমাজৰ বটদ্ৰৱা আঞ্চলিকৰ ৪২ সংখ্যক অধিবেশন সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান এক শৰণ ভাগৱতী সমাজ,অসমৰ বটদ্ৰৱা আঞ্চলিক শাখাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন,ধৰ্মালোচনী সভা আৰু মহা পালনাম কীৰ্তন অনুষ্ঠানটি যোৱা তিনিদিনীয়া কাৰ্যসূচীৰে হাতীচোঙৰ কমাৰচুকৰ বৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পুৱা প্ৰাতঃপ্ৰসংগৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছত ধৰ্মধ্বজ্জা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি প্ৰবীণ আতাই ।