Author: GTM Desk

বাস্তু শাস্ত্ৰঃ ঘৰত যদি ৰাখে মাছৰ একুৰিয়াম, কোনো সমস্যাই আপোনাক কৰিব নোৱাৰে স্পৰ্শ, বিপদৰ পৰাও পাব মুক্তি…

বাস্তু শাস্ত্ৰঃ ঘৰত যদি ৰাখে মাছৰ একুৰিয়াম, কোনো সমস্যাই আপোনাক কৰিব নোৱাৰে স্পৰ্শ, বিপদৰ পৰাও পাব মুক্তি…

ৰং-বিৰঙী মাছে সকলোকে আকৰ্ষণ কৰে। ঘৰত মাছ ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। সেইবাবেই বহু ঘৰত একুৰিয়ামত মাছ পালন কৰা হয়। এই মাছবোৰে নিশ্চিতভাৱে ঘৰখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। ইয়াৰ সমান্তৰালকৈ ঘৰত আহি থকা অসুবিধা আৰু সংকটৰ পৰা হাত সাৰিবলৈও ইয়াৰ শক্তি আছে। বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰৰ মতে ঘৰত

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা, সুৰাপায়ীৰ বাবে নতুন নিয়ম চৰকাৰৰ

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা, সুৰাপায়ীৰ বাবে নতুন নিয়ম চৰকাৰৰ

শুকুৰবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কংগ্ৰেছ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰি সুৰাৰ ওপৰত ‘গো শুল্ক’ (Cow Cess) আৰোপ কৰে আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে শিৰোনাম দখল কৰে। হিমাচল প্ৰদেশৰ বিধানসভাত ২০২৩- ২৪ বৰ্ষৰ ৫৩,৪১৩ কোটি টকাৰ বাজেট দাখিল কৰি সুখুৱে গীতাৰ এটা শ্লোকেৰে আৰম্ভ কৰা ১৩৫ মিনিটৰ ভাষণত সুৰাৰ

আহি আছে নতুন বন্দে ভাৰত ৰেল, ৬ ঘন্টাত অতিক্ৰম কৰিব ৭৫০ কিলমিটাৰ দূৰত্ব

আহি আছে নতুন বন্দে ভাৰত ৰেল, ৬ ঘন্টাত অতিক্ৰম কৰিব ৭৫০ কিলমিটাৰ দূৰত্ব

পশ্চিম বংগই অতি সোনকালে বন্দে ভাৰত এক্সপ্ৰেছৰ আন এটা নতুন পথ লাভ কৰিবলৈ ওলাইছে।  সূত্ৰ অনুসৰি নতুনকৈ আৰম্ভ হ’বলগীয়া বন্দে ভাৰত হাওৰাৰ পৰা বাৰাণসী পথত চলিব।  সূত্ৰৰ পৰা জানিব পৰা মতে, হাওৰাৰ পৰা বন্দে ভাৰত  একাধিক পথত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ৰে’ল কৰ্তৃপক্ষই। ইয়াৰে নতুন বন্দে ভাৰতৰ উন্মোচনৰ জৰিয়তে পৰ্যটক

অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?

অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?

পঞ্জাৱ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ‘ৱাৰিজ পঞ্জাৱ দে’ৰ নেতা অমৃত পাল সিঙক। পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি বাইকেৰে পলায়ন কৰিছিল অমৃত পাল সিঙে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাইক খন। ইতিমধ্যে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ ১০০ জনৰো অধিক সদস্য় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে পঞ্জাৱ চৰকাৰে আদালতক কয়

পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড…

পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড…

মানকাচৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মানকাচৰৰ কুৰালভাংগাত এজনে হত্যা কৰিলে পত্নীক। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। ফৰিদা খাতুনক হত্যা কৰি পলায়ন কৰে স্বামী জাহান উদ্দীনে। পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ