অসমত মধ্য প্ৰদেশৰ বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী । শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় শাস্ত্ৰীয়ে। বাগেশ্বৰ বাবাক কাষত পাই উৎফুল্লিত হৈ পৰে ভক্তসকল। বাগেশ্বৰ বাবা
Author: Shahnawaz Hamza
আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি। চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা শুক্লা প্ৰতিপদ তিথিত ঘট স্থাপন কৰা হয় আৰু ইয়াৰ পিছতে ৯ দিন দেৱীক পূজা-অৰ্চনা কৰা হয়। কলহ স্থাপন কৰাৰ উপৰি বহু
৪০০০ টকা ঘোচ লৈ জালত পৰিল গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰা। দুনীৰ্তি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে GMCৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰাক।
আজি পুৱাৰ ভাগত খানাপাৰা – যোৰাবাট পথৰ ১১ মাইলত দুখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা এক বৃহৎ দুৰ্ঘটনাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পুৱা ২:৩২ বজাত এই ঘটনা সংঘটিত হয়।
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰ লগোৱা কাৰ্যৰ বাবে দিল্লী আৰক্ষীত প্ৰায় ১০০ খন এজাহাৰ পঞ্জীয়ন হৈছে। এই এজাহাৰ প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পত্তি বিকৃতিকৰণ