Author: GTM Desk

নগাঁৱত “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” স্মৃতিগ্ৰন্থ উন্মোচন

নগাঁৱত “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” স্মৃতিগ্ৰন্থ উন্মোচন

স্মৃতিগ্ৰন্থ হ’ল সমাজৰ একোটা সময় মূল্যবান দলিল স্বৰূপ নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে মংগলবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে আমোলাপট্টি নাট্যমন্দিৰ প্ৰাংগণত তেওঁৰ পৰিয়ালৰ সহযোগত পোনা খাউণ্ড গোস্বামীৰ দ্বাৰা প্ৰকাশিত আৰু বেবেজীয়াৰ সাংবাদিক কল্যাণ কুমাৰ বৰাই সম্পাদনা

Raghab Chandra Nath conferred with honorary doctorate

Raghab Chandra Nath conferred with honorary doctorate

Hailakandi, Assam: Raghab Chandra Nath was conferred with honorary doctorate by Ranidanga Yashoda Educational Society during a grand event at Vidyasagar College of Education, Darjeeling, West Bengal. On this occasion, the Secretary of the institution, Dr. Savita Mishra said that Raghab Chandra Nath has done various developmental works for the

চৰাইবাহীত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইবাহীত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰাইবাহীৰ মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে পালন কৰা হয়। এই উপলক্ষে চৰাইবাহী গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে সমাজসেৱক সন্দেশ্বৰ নাথে আৰু পতাকা উত্তোলন কৰে

নগাঁৱৰ দেওধৰ-পাখিমৰিয়া জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ

নগাঁৱৰ দেওধৰ-পাখিমৰিয়া জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–নগাঁও জিলাৰ দেওধৰ-পাখিমৰিয়াস্থিত অসম সাহিত্য সভাৰ অগ্ৰণী শাখা জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰবিবাৰে সদৌ নগাঁও জিলা ভিত্তিক এখনি কবি সন্মিলন অনুষ্ঠিত হয়।দেওধৰ চাৰিআলিৰ সমীপৰ পাখিমৰিয়া গাওঁস্থিত ৩৮ নং পাখিমৰিয়া নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কবি সন্মিলনখনি আৰম্ভ

ধৰ্ষণৰ ঘটনাসমূহ অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা

ধৰ্ষণৰ ঘটনাসমূহ অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–নগাঁও জিলাৰ ধিঙত মানৱ সমাজক লজ্জানত কৰা ধৰ্ষণ কাৰ্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। ইয়াৰ মাজতে ৰবিবাৰে নগাঁৱত নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ধৰ্ষণ সন্দৰ্ভত সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে ধিঙৰ ঘটনাটো অকল