হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলে এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলক এইবাৰ ফাদিল হৈছে ভূগোল বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ
Author: Shahnawaz Hamza
প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত। ট্ৰানজিত ৰিমাণ্ডৰ পিছত পুনৰ চিআইডিৰ জিম্মাত। নিশাই গুৱাহাটীলৈ অনা হ’ল প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক। তিনিদিনৰ বাবে CIDৰ জিম্মাত থাকিব
গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত হোৱা শিশু দুটা উদ্ধাৰ। বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা। জিলাখনৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে। সুধীৰ কুমাৰ ওৰফে
ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট
চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । হাইস্কুল