Author: GTM Desk

ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক…

ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক…

ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক… ‘নাই খাদ্য, নাই পানী’৷ ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক৷ ভিছাৰ নতুন নিয়মাৱলীৰ বাবে সমস্যাত পৰে লোকসকল৷ খাদ্য, পানীৰ বাবে হাহাকাৰ পৰিৱেশ বিমানবন্দৰত৷

পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ; নিহত এগৰাকী মহিলা, দুটি শিশু আহত ৭গৰাকী আৰক্ষীসহ মুঠ ১৬গৰাকী লোক৷ ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফৰ৷

গোলাঘাটৰ মৰঙিত পাৰিবাৰিক কন্দলৰ ফলত নৃশংস হত্যাকাণ্ড; মদ্যপান কৰি হ**ত্যা প্ৰবিন শইকীয়া নামৰ এজন ব্যক্তিক

গোলাঘাটৰ মৰঙিত পাৰিবাৰিক কন্দলৰ ফলত নৃশংস হত্যাকাণ্ড; মদ্যপান কৰি হ**ত্যা প্ৰবিন শইকীয়া নামৰ এজন ব্যক্তিক

🔷 মৰঙীৰ অভয়পুৰীয়াত সম্পৰ্কীয় ভাতৃক হত্যা ,পাৰিবাৰিক কন্দলৰ বাবে ভয়ংকৰ হত্যাকাণ্ড 🔷 ধৈৰ্য্য শইকীয়াই প্ৰবিন শইকীয়াক হত্যা কৰাৰ অভিযোগ । নিশা দুয়োৰে কাজিয়াৰ সময়তে প্ৰবিন শইকীয়াক আক্ৰমণ 🔷 গোলাঘাট অসামৰিকত প্ৰবিনক মৃত ঘোষণা চিকিৎসকৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত গোলাঘাট আৰক্ষীৰ।

সু-খবৰ! ইউনিফাইড পেঞ্চন আঁচনিত অনুমোদন কেন্দ্ৰৰ

সু-খবৰ! ইউনিফাইড পেঞ্চন আঁচনিত অনুমোদন কেন্দ্ৰৰ

কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি চমুকৈ ইউ পি এছ প্ৰৱৰ্তনৰ বাবে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে। উক্ত বৈঠকত ২০২৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ইউনাইটেড পেঞ্চন আঁচনি বলবৎ হোৱাৰ কথা জানিবলৈ দিয়ে।

আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান

আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান

বিত্তীয় অনিয়মৰ গোচৰৰ পাছতেই অভিযান CBIৰ৷ ইয়াৰোপৰিও, অধ্যক্ষগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ লগতে চিকিৎসকগৰাকীৰ নাম ৰাজহুৱা কৰিছিল বুলি অভিযোগ৷ চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছতেই সন্দীপ ঘোষৰ বিৰুদ্ধে উত্থাপন হৈছে বহু অভিযোগ৷