ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু। এতিয়াও সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক। পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।
Author: GTM Desk
ভূপেন বৰাৰ বাসগৃহত ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ। শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা দিলীপ মৰাণৰ।
প্ৰায় ৬ হাজাৰ লোকক প্ৰৱঞ্চনা DAAI নামৰ এপৰ জৰিয়তে। মাৰ্চ মাহত ৬ জন লোকে অসমত আৰম্ভ কৰিছিল বিনিয়োগ। প্ৰায় ৩ হাজাৰ কোটি টকা লুটি পলায়ন প্ৰৱঞ্চক চক্ৰটোৰ। নৰেশ ৰেড্ডী নামৰ প্ৰৱঞ্চকটোৰ নেতৃত্বত অসমত লুণ্ঠনৰ জাল।
বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন! পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন। বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।
পুনৰ জনতাৰ প্ৰতিবাদত উত্তপ্ত বাংলাদেশ৷ শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ৷ ভয়াৱহ প্ৰতিবাদত বিগত ২৪ ঘণ্টাত ৩২জনৰ প্ৰাণহানি৷ হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি৷