ডায়েবেটিচ ধৰা পৰিলে বহুতো নিয়ম অনুসৰণ কৰিব লাগে । বিশেষকৈ খোৱাত। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, সকলো খাদ্য ইচ্ছামতে খাব নোৱাৰি।কেৱল মিঠাইয়ে নহয়, বাহিৰৰ খাদ্য খুৱাও সম্পূৰ্ণৰূপে বন্ধ কৰা হয়। যদি খাদ্য গ্ৰহণ কৰা নিয়মসমূহ অনুসৰণ নকৰে, ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাটো কঠিন হৈ পৰে । অৱশ্যে, ৰোগ যিয়েই নহওঁক, চিকিৎসকে নিয়ম
Author: GTM Desk
বৰ্তমান প্ৰজন্ম নিজৰ ওজনক লৈ যথেষ্ট সচেতন । বৰ্ধিত ওজনে আমাৰ বাহ্যিক সৌন্দৰ্য নষ্ট কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰে । সেইয়েহে ওজন কমাবলৈ বহুতে দৈনিক পৰিশ্ৰম কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা আৰু কমকৈ খোৱাও পৰিলক্ষিত হয় । উল্লেখ্য যে , ইমানবোৰ কৰাৰ পাছতো কিন্তু ওজন নকমে । আচলতে এইবোৰ কৰাৰ কিছুমান নিৰ্দিষ্ট
অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি। ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে। প্রত্যেক ব্যক্তিৰ আঁঠুৰ নিৰ্দিষ্ট ওজন সহিব পৰা ক্ষমতা থাকে। যেতিয়া শৰীৰৰ ওজন বেছি হয়, তেতিয়া
বয়স বাঢ়ি অহাৰ লগে আমাৰ হাড় ক্ষয় হোৱা ৰোগো হোৱা আৰম্ভ কৰে । যিটো প্ৰতিৰোধ কৰা ইমান সহজ নহয় । বিশেষকৈ নাৰীৰ এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় । প্ৰধানকৈ হাড়ৰ ৰোগ বুলি কলেই আমাৰ মনলৈ আহে কেলচিয়ামযুক্ত আহাৰ খোৱা । এই ধাৰণা ভুল নহয় যদিও সমান্তৰালকৈ আৰু কিছু পুষ্টিকৰ উপাদানৰো জৰুৰী । ১/ ভিটামিন
নিজকে সুস্থ ৰাখিবলৈ বহুতেই চেনীৰ পৰিৱৰ্তে গুড় খোৱা দেখা যায় । কিন্তু গুড় কেতিয়াও চেনীৰ পৰিপূৰক নহয় । এইকথা অৱশ্যে আমি কোৱা নাই । এইকথা কৈছে পুষ্টিবিদে । এই দুয়োবিধ মিঠাৰ ক্ষেত্ৰত যদিও গুণগত পাৰ্থক্য আছে তথাপি ই চেনীৰ পৰিপূৰক হ’ব নোৱাৰে । এই সন্দৰ্ভত পুষ্টিবিদে কৈছে যে, চেনীৰ পৰিৱৰ্তে গুড়ত আছে কেলৰিৰ সমান্তৰালকৈ