প্ৰথমবাৰলৈ কন্যাৰ ফটো ৰাজহুৱা কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত জোনাছ ব্ৰাদাৰ্ছৰ ‘ৱাক অফ ফেম’ তাৰকা উন্মোচন অনুষ্ঠানত কন্যা মালতী মেৰীৰ মুখ প্ৰকাশ কৰে।পৰিয়াল হিচাপে প্ৰিয়ংকা,নিক আৰু তেওঁলোকৰ
Author: Shahnawaz Hamza
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ।মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে শিল্পীজনক। কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।কিছুদিন চিকিৎসালয়তে শিল্পীগৰাকীয়ে
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে জি পি সিঙে দায়িত্ব গ্ৰহণৰ দিনটোতেই ডবকাত আৰক্ষীৰ এনকাউন্টাৰ৷ এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ ভৰিলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা৷ গুলীচালনাত শ্বৰিফ উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ীজন আহত হোৱাৰ বিপৰীতে
১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বৃদ্ধি পাব ফেৰী সেৱাৰ টিকটৰ দাম।গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি। আঢ়ৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা টিকটৰ দাম হ’ব ৫ টকা।এতিয়াৰ পৰা দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ
গোৱালপাৰাৰ গজাপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজনৰ। দুৰ্ঘটনাত মৃত্যুমুখত পৰে ৰাষ্ট্ৰীয় ফুটবলাৰ মনজিত ৰাভা। দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ফুটবলাৰ মনজিত