Author: GTM Desk

প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুল হুছেইন: এজনে আনজনক পিন্ধালে গামোচা…

প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুল হুছেইন: এজনে আনজনক পিন্ধালে গামোচা…

 যিসময়ত ৰাজ্যজুৰি একাংশ বিজেপিৰ প্ৰাক্তন, বৰ্তমানৰ বিধায়কৰ উপৰিও আঞ্চলিক দল অসম গণ পৰিষদৰ একাংশ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আছে সেই সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত গৈ উপস্থিত হ’ল কংগ্ৰেছৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ইয়াৰ লগে লগে মহন্ত তনয় শ্যামন্ত কাশ্যপৰো কংগ্ৰেছত যোগদানৰ যি

বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীক সমালোচনা!

বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীক সমালোচনা!

‘২০৪১-ত অসম হ’ব মুছলমান প্ৰধান ৰাজ্য। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত কাজিৰঙাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা অখিল গগৈৰ। অখিল গগৈৰ মতে ২০২৬ চনত জে’ললৈ যোৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে আৱিষ্কাৰ কৰিছে নতুন সাম্প্ৰদায়িক থিয়ৰি। লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰাত এতিয়া শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী। লগতে কয়-

৫ ৰাশিৰ বাবে ভয়ংকৰ দুঃসময়! তচনচ হৈ যাব ৫ ৰাশিৰ জীৱন!

৫ ৰাশিৰ বাবে ভয়ংকৰ দুঃসময়! তচনচ হৈ যাব ৫ ৰাশিৰ জীৱন!

জ্যোতিষৰ মতে যেতিয়াই কোনো গ্ৰহ আন ৰাশিত প্ৰৱেশ কৰে তেতিয়াই ইয়াৰ সুপ্ৰভাৱ আৰু কু-প্ৰভাৱ সমগ্ৰ ১২ ৰাশিৰ ওপৰত পৰে। জন্ম তালিকাত গ্ৰহবোৰ সঠিক দিশত থাকিলে আপোনাৰ জীৱনৰ সকলো সমস্যাই আঁতৰি থাকে। বৰ্তমান শনি নিজ ৰাশিত অৰ্থাৎ কুম্ভ ৰাশিত বহি আছে। ভূপালৰ জ্যোতিষী পণ্ডিত যোগেশ চৌউৰেৰ মতে, ২০২৫ চনৰ ২৮ মাৰ্চত

শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব

শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব

শনিবাৰটো ভগৱান শনিক উৎসৰ্গিত কৰা হয়।বিশ্বাস মতে, যদি এজন ভক্তই শনিবাৰে সঁচা হৃদয়েৰে শনি দেৱৰ উপাসনা কৰে, তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। যিজনে ভাল কাম কৰে, তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকে বেয়া ফলাফল পায়। শনিৰ গতি আটাইতকৈ লেহেম।