নিউজ ব্যুৰ’,নগাঁও,১৬জুলাই :–বানত বিধ্বস্ত অসম।মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে আহাৰমহীয়া বানত ৷ চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে । বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড°
Author: GTM Desk
ধিঙত বাঘৰ আক্ৰমণ এজনক । বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত । আহত লোকজন ফনিধৰ দেউৰী বুলি জানিব পৰা গৈছে । আহত লোকজনক সংকটজনক অৱস্থাত ধিং FRU ত ভৰ্তি কৰোৱা হৈছে বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত ।
B.J. Electronic নামৰ এখন প্ৰতিষ্ঠানত নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলতেই জ্বলি ভস্মীভূত হয় প্ৰতিষ্ঠানৰ সা-সামগ্ৰী। প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। লেপটপ, মবাইল হেণ্ডছেট, মবাইলৰ সামগ্ৰী, লাইট, ফেনকে ধৰি বহু মূল্যৱান সামগ্ৰী জুইত ভস্মীভূত হয়। বৈদ্যুতিক স্বৰ্ট চাৰ্কীটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। কথমপি ৰক্ষা পৰে State Bank
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসমৰ চৰ-চাপৰি জনগোষ্ঠীৰ সাহিত্য অনুষ্ঠান অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে অনুষ্ঠিত হয়। চৰ-চাপৰি সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে অসম চৰ চাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদে। ইয়াৰ পিছতে সভাৰ উপ-সভাপতি এমৰান হুছেইন খন্দকাৰৰ সঞ্চালনাত “বৃহত্তৰ অসমীয়া
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–নগাঁও জিলাৰ বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ,বৰদোৱাৰ সহযোগত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ