Author: GTM Desk

সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী

সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী

সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী “শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ। নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। ” ভাৰতীয় মহাকাব্য ৰামায়ণ আৰু মহাভাৰত ইত্যাদিত  জীৱনটো জিয়াবলৈ প্ৰয়োজন হোৱা সৰু সৰু লাগতিয়াল বহু দিশ সন্নিবিষ্ট কৰা আছে।শাস্ত্ৰত উল্লেখ কৰা অনুসৰি মানৱ জীৱনৰ কিছু কিছু সৰু সৰু দিশক চালি-জাৰি