নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছু ৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ সহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়। ভোমোৰাগুৰি গাঁৱৰ ছাদত আলী আৰু শ্বাহীল আহমেদৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ সৰবৰহী কেইতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ
Author: GTM Desk
আজি সন্ধিয়া মৈৰাবাৰী পাঞ্জাৱ বেংকৰ সমীপত এটা চোৰক ৰাইজে হাতে লুটে আটক কৰে। বজাৰ কৰি থকা এজন লোকৰ পকেটৰ পৰা এক লাখ টকা লৈ পলুৱাৰ সময়তে চোৰটোক ৰাইজে কৰায়ত্ত কৰে। ধিং আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়াৰ অলিয়ে গলীয়ে চুৰি কাণ্ড সংগঠিত কৰি এতিয়া মৈৰাবাৰীত চুৰিকাণ্ড সংগঠিত কৰিবলৈ অহা চুৰটোৰ নাম মিঞা
➡️লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা পৰিয়ালৰ কাষত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম ➡️বন বিভাগৰ এনে কাৰ্য্য অমানৱীয় আৰু আইন বিৰোধ আখ্যা কেন্দ্ৰীয় সাধাৰণ সম্পাদক জনৰ। ➡️নগাঁও জিলাৰ মুছলিম ছাত্ৰ সন্থাৰ সভাপতি মোছাৰফ আলী সভাপতি নেতৃত্বত এটি সজাতি দলে আজি ধিং বৰি চাপৰিত উপস্থিত হৈ বনকৰ্মীৰ গুলীত
মঙলদৈৰ নিকতৱৰ্তী নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জগত কুমাৰে ৩৩ বছৰ সুখ্যাতিৰে শিক্ষকতা কৰাৰ অন্তত যোৱা ৩০ জুনত অৱসৰ গ্ৰহণ কৰে।সেই উপলক্ষে আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত অৱসৰী কৃতী শিক্ষক কুমাৰক উষ্ম বিদায় সম্ভাষণ জনোৱা হয়। উল্লেখযোগ্য যে ১৯৯১ চনৰ পৰা
ৰাজ্যৰ চৌদিশে বান তাণ্ডব। বিহালী তো বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ । বানাকান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা বিহালীৰ সমাজকৰ্মী প্ৰেমলাল গঞ্জুৰ । বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিভিন্ন ঠাইৰ লগতে চিলামাৰী আৰু গোহালীভঙাতো বানপানীৰ ভয়ংকৰ ৰূপ। বিগত দুই তিনিদিন ধৰি পানীৰ মাজত আবদ্ধ শ শ লোক