Author: GTM Desk

মাত্ৰ ৫ টকা খৰচ কৰি ঘৰটো ১ বছৰ মহমুক্ত কৰি ৰাখক !

মাত্ৰ ৫ টকা খৰচ কৰি ঘৰটো ১ বছৰ মহমুক্ত কৰি ৰাখক !

বহু সময়ত আমাৰ ঘৰত মহৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পায়। তেনে ক্ষেত্ৰত আমি বিভিন্ন মহ বিকৃতকাৰী বা বৈদ্যুতিক কইল ব্যৱহাৰ কৰো। কিন্তু বৈদ্যুতিক কইলৰ পৰা নিৰ্গত হোৱা সকলো গেছ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। গতিকে বহুতে সেইবোৰ ব্যৱহাৰ কৰিব নিবিচাৰে। ইয়াৰ উপৰিও ডেংগু আদি ৰোগবোৰ মহৰ দ্বাৰা হয়। জৈৱিক আৱৰ্জনা প্ৰক্ৰিয়াৰে

বাৰে বাৰে তৃষ্ণা অনুভৱ কৰাটো হ’ব পাৰে শৰীৰত হোৱা কিছু ৰোগৰ লক্ষণ

বাৰে বাৰে তৃষ্ণা অনুভৱ কৰাটো হ’ব পাৰে শৰীৰত হোৱা কিছু ৰোগৰ লক্ষণ

পানী মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। মানৱ শৰীৰৰ ৬৫ ৰ পৰা ৭০ শতাংশ এই পানীৰ দ্বাৰা গঠিত, যাৰ বাবে কোৱা হয় যে ‘পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ’। প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে সকলোৱে যথেষ্ট পৰিমাণে পানী খাব লাগে যাতে ডিহাইড্ৰেচনৰ ভুক্তভোগী নহয়। যেতিয়াই শৰীৰত পানীৰ অভাৱ হয়, তেতিয়া মগজুৱে মানুহ

পিতৃ-মাতৃৰ এই ভুল ভৱিষ্যত নষ্ট কৰে শিশুৰ, এতিয়াই সাৱধান হওক !

পিতৃ-মাতৃৰ এই ভুল ভৱিষ্যত নষ্ট কৰে শিশুৰ, এতিয়াই সাৱধান হওক !

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে বহু সময়ত অভিভাৱকে ইচ্ছাকৃতভাৱে বা পৰিস্থিতিৰ বাবে সন্তানৰ ওপৰত তেওঁলোকৰ বয়সতকৈ বহু বেছি বয়সৰ দায়িত্ব জাপি দিয়ে । পিতৃ-মাতৃ শিশুৰ সম্পৰ্কত কাম আৰু দায়িত্ব স্পষ্টভাৱে বিভক্ত হৈ থাকে। য’ত পিতৃ-মাতৃয়ে শিশুটিৰ যত্ন ল’ব লাগিব, তেনে ক্ষেত্ৰত শিশুৱেও এই নিয়মসমূহ মানি চলিবলৈ শিকিব। কেতিয়াবা এই দায়িত্ববোৰ

সন্তানৰ মগজুক কম্পিউটাৰৰ দৰে তীক্ষ্ণ কৰি তুলিবলৈ অভিভাবকে কৰিব লগা কামবোৰ

সন্তানৰ মগজুক কম্পিউটাৰৰ দৰে তীক্ষ্ণ কৰি তুলিবলৈ অভিভাবকে কৰিব লগা কামবোৰ

সৰু ল’ৰা ছোৱালীৰ মন অতি তীক্ষ্ণ। কিন্তু তেওঁলোকে সঠিক পুষ্টি পোৱটো নিত্যান্তই প্ৰয়োজনীয়। বহুতো শিশুৰ আৰম্ভণিৰ পৰাই স্মৃতি শক্তি তীক্ষ্ণ হয়, আনহাতে কিছুমান শিশু অলপ দুৰ্বল হয়। তেওঁলোকে বিদ্যালয়ত পঢ়া-শুনা কৰোতে অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। কেতিয়াবা এনে শিশুৰ আত্মবিশ্বাসৰ অভাৱ হয়। কিন্তু শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ কিছুমান উপায় আছে।