Advertisement

Author: Shahnawaz Hamza

বটদ্ৰৱৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণ, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)

বটদ্ৰৱৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণ, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)! বটদ্ৰৱাৰপুঠিমাৰিত সংঘটিত হৈছে এই ঘটনা! সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁও লৈ প্ৰেৰণ।যোৱা এপষেক ধৰি জুৰীয়া আৰু ধিংৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি

নগাঁৱৰ ৰাইডঙীয়াৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নগাঁৱৰ ৰাইডঙীয়াৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :– ১৯৭৪চনত নগাঁও জিলাৰ সোণাইপৰীয়া অঞ্চল ৰাইডঙীয়া কৰচুঙত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ শনিবাৰৰে পৰা আৰম্ভ হৈছে। তদুপলক্ষে পুৱাৰে পৰা শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী, অভিভাৱক-আভিভাৱিকা,প্ৰাক্তন

নগাঁৱৰ কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল

নগাঁৱৰ কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল

পদ নিয়মীয়া নকৰিলে ২২জুলাইৰ পৰা তীব্ৰ আন্দোলন নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :–সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এক সংবাদমেল আজি নগাঁও জিলাৰ কামপুৰত অনুষ্ঠিত হয়। কামপুৰ উন্নতি

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰীৰ পলাশতলত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ আজি সামৰণি পৰে।এই উপলক্ষে

নগাঁৱৰ বৰজহা নামঘৰৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা

নগাঁৱৰ বৰজহা নামঘৰৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা

হৰিনাম-ভাওনাৰে মুখৰিত কলঙৰ পাৰ নিউজ ব্যুৰ’,নগাঁও,১২ জুলাই :–নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহাৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা পৰ্বৰ শুক্ৰবাৰে নিশা সফলতাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা পৰ্বৰ অন্তিমটো দিনৰ