Author: GTM Desk

দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? অমৃত কথা

দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? অমৃত কথা

দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ? নিজৰ শাৰীৰিক আৰু মানসিক সতেজতা সদায় অটুট ৰাখিবলৈ প্ৰত্যেক দিন সকলো মানুহে দুই মিনিট হলেও ধ্যান কৰা উচিত। ধ্যান অৰ্থাৎ meditation ৰ মাজত কি অপাৰ শক্তি লুকাই আছে তাক কৈ শেষ কৰিব নোৱাৰি ; বিজ্ঞানৰ পৰা আদি কৰি

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্…

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্…

Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকে বহু

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক পশ্চিমবঙ্গত উদ্ধাৰ…

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক পশ্চিমবঙ্গত উদ্ধাৰ…

নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি বুধবাৰে পুৱতি নিশা ছাত্ৰী তিনিগৰাকীক নুনমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে। উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী। ছাত্ৰী তিনিগৰাকী ক্ৰমে নুনমাটি নেপালী

আকৌ ভাৰতে ৰচিব ইতিহাস! চন্দ্ৰযান-৪ৰ বাবে সাজু ইছৰো

আকৌ ভাৰতে ৰচিব ইতিহাস! চন্দ্ৰযান-৪ৰ বাবে সাজু ইছৰো

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ২০২৩ৰ ২৩আগষ্ট দিনটো আছিল বিশেষ। সেই দিনটোতে চন্দ্ৰযান-৩এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত এই ইছৰো সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ

বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক। আজি পুৱাৰ ভাগত ভৰ্তি কৰোৱা হৈছে এইমছত। দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি। চিকিৎসকৰ নিৰীক্ষণত আছে বৰ্ষীয়ান নেতাজন। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে চিকিৎসকে। ৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা