After Pooja Bhatt and Riteish Deshmukh, actor Riya Sen joined the Rahul Gandhi-led Maharashtra leg of the Bharat Jodo Yatra on Thursday. Party MP Rahul Gandhi and others resumed the Maharashtra leg of the Yatra today from Patur. Riya was seen walking alongside Rahul Gandhi. The actor was dressed in
Author: GTM Desk
গুৱাহাটী: ভূমি-সংক্ৰান্তীয় কাম-কাজ সহজ কৰি তােলাৰ বাবে অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিছে মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানিত বুধবাৰে মুকলি কৰে এই আঁচনি। এই সুবিধাৰ জৰিয়তে ঘৰত বহিয়েই অনলাইন যোগে সকলোৱে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন কৰিব পাৰিব।
Bollywood actor Deepika Padukone, on Thursday morning, jetted off to start the shooting of her upcoming aerial action thriller film ‘Fighter’. The ‘Piku’ actor slayed in the lady-boss look as she donned a black turtleneck paired up with an oversized black blazer. She matched her outfit with white sweatpants and
খং নামে চণ্ডাল৷ খঙত হিতাহিত জ্ঞান শূন্য হৈ মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে৷ পিছত তেনে কাম কৰাৰ বাবে অনুশোচনাত দগ্ধ হয়৷ আকৌ কেতিয়াবা সেই কামৰ বাবে ভয়ংকৰ শাস্তিৰো সন্মুখীন হ’বলগীয়া হয়৷ সেইবাবেই যিমান পৰা যায়, খঙৰ পৰা আঁতৰি থাকিব পৰাটোৱেই মংগল৷ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটোৱেই মংগল৷
উফিৰ সমস্যা আমাৰ বেছিভাগ মানুহেই ভোগা এক সাধাৰণ সমস্যা৷ পুৰুষ আৰু মহিলা উভয়ে এই সমস্যাত ভোগে যদিও পুৰুষসকলৰ মাজত উফিৰ সমস্যা বেছিকৈ হোৱা দেখা যায়৷ আকৌ গ্রীষ্মকালতকৈ শীতকালত উফি বেছিকৈ হয়৷ মূৰৰ ছালখন যেতিয়া শুকান হৈ পৰে, তেতিয়া ছালৰ সৰু সৰু টুকুৰাবোৰ চুলিৰ মাজত দেখা যায়৷ ইয়াকেই আমি সাধাৰণতে উফি