Author: GTM Desk

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৩খন জিলাত Orange Alert আৰু ১৯খনকৈ জিলাত Yellow Alert

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৩খন জিলাত Orange Alert আৰু ১৯খনকৈ জিলাত Yellow Alert

কাইলৈৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে বৰষুণ। কিন্তু পুনৰ ৩ জিলাত Orange Alert আৰু ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ, চিৰাং, বাক্সা জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ওদালগুৰি, শোণিতপুৰ,

অসমত কেতিয়া পালন কৰা হ’ব ঈদ উল আজহা? ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটীৰ

অসমত কেতিয়া পালন কৰা হ’ব ঈদ উল আজহা? ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটীৰ

ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটীৰ ডাঙৰ ঘোষণা। ১৭ জুনত অসমত পালন কৰা হ’ব ঈদ উল আজহা। ১৭ জুনত ভাৰতৰ লগতে অসমতো পালন কৰা হ’ব ঈদ উল আজহা। কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু প্ৰধান সম্পাদক ইমদাদ হুছেইনে জনাই।

অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ় সংকল্পবদ্ধ: সৰ্বানন্দ সোণোৱাল

অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ় সংকল্পবদ্ধ: সৰ্বানন্দ সোণোৱাল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে আজি শপতগ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰা সৰ্বানন্দ সোণোৱালেও আজি ঈশ্বৰৰ নামত শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। সৰ্বানন্দ সোণোৱালক শপতবাক্য পাঠ কৰোৱায় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। সোণোৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, “শ্ৰদ্ধাৰ

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে, কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে, কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে।বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা

আগন্তুক ৪ দিন সুন্দৰ সময়! ৬ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! সকলো দিশৰ সফলতা লাভ কৰিব ৬ ৰাশিৰ লোকে!

আগন্তুক ৪ দিন সুন্দৰ সময়! ৬ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! সকলো দিশৰ সফলতা লাভ কৰিব ৬ ৰাশিৰ লোকে!

১ জুনত নিশা ০৩:৫১ বজাত মেষ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশ হৈছিল। ১২ জুলাইলৈকে মংগল ৰাশিৰ এই পৰিৱৰ্তনৰ বাবে ৬ ৰাশিৰ লোকৰ জীৱনত বহু ধৰণৰ সফলতা আহিব। ১ জুনৰ পৰা ১২ জুলাইৰ মাজৰ সময়ছোৱা এই ৬ ৰাশিৰ জাতক-জাতিকাৰ বাবে অসুবিধাজনক হ’ব পাৰে। শ্ৰী কল্লাজী বৈদিক বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগৰ মুৰব্বী ডঃ মৃত্যুঞ্জয়