Author: GTM Desk

PAN কাৰ্ডত ভুল আছে নেকি? ঘৰতে বহি ঘৰতে সমাধান কৰিব পাৰিব সমস্যা! জানি লওক অনলাইন পদ্ধতি

PAN কাৰ্ডত ভুল আছে নেকি? ঘৰতে বহি ঘৰতে সমাধান কৰিব পাৰিব সমস্যা! জানি লওক অনলাইন পদ্ধতি

পেন কাৰ্ডত ভুল নাম থকাটো অতি সাধাৰণ কথা। বহুতে পেন কাৰ্ড তৈয়াৰ কৰাৰ সময়ত নিজৰ নামত ভুল কৰিছে। এইটো এতিয়া সহজেই ঠিক কৰিব পাৰিব। পান কাৰ্ড প্ৰতিজন ভাৰতীয়ৰ বাবে এক গুৰুত্বপূৰ্ণ নথি, পেন কাৰ্ডত নাম ভুল হ’লে অতি সোনকালে শুধৰাই দিয়াই ভাল। ইয়াৰ বাবে আমি কি কি প্ৰয়োজনীয় পদক্ষেপ ল’ব

ডায়েবেটিছ বা মধুমেহ ৰোগৰ পৰা কেনেকৈ বাচি থাকিব? আয়ুৰ্বেদিক চিকিৎসকে কি কয়?

ডায়েবেটিছ বা মধুমেহ ৰোগৰ পৰা কেনেকৈ বাচি থাকিব? আয়ুৰ্বেদিক চিকিৎসকে কি কয়?

ডায়েবেটিছ বা মধুমেহ এক মাৰাত্মক ৰোগ। এই মাৰাত্মক ৰোগৰ পৰা আপুনি কেনেকৈ হাত সাৰি থাকিব? ডায়েবেটিছৰ কোনো স্থায়ী চিকিৎসা নাই। আমি স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস যদি সূচাৰুৰূপে ৰূপায়ণ কৰিব পাৰো তেন্তে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰিম। যিসকল লোকে অধিক খাদ্য গ্ৰহণ কৰে, বেছি মিঠা বস্তু খাই আৰু আৰামত থাকে

গোপনে বিবাহ, মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম, চাওক কি নাম ৰাখিলে সন্তানৰ, নামৰ অৰ্থ জানিলে আচৰিত হ’ব আপুনি!

গোপনে বিবাহ, মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম, চাওক কি নাম ৰাখিলে সন্তানৰ, নামৰ অৰ্থ জানিলে আচৰিত হ’ব আপুনি!

আয়ুষ্মান খুৰানাৰ বিপৰীতে ‘ভিকি ড’নাৰ’ত অভিষেক ঘটায় য়ামী গৌতমে। যদিও তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে বহু উত্থান-পতনৰ সন্মুখীন হৈছিল। পিছলৈ অৱশ্যে অভিনয় দক্ষতাৰ জৰিয়তে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ বিবাহ সকলোতকৈ পৃথক আছিল। য়ামী-আদিত্যৰ বিয়াখন তাৰকাৰ তথাকথিত লাইমলাইটৰ বাহিৰত সম্পন্ন হৈছিল। ‘ইউৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ত অভিনয় কৰাৰ সময়তে য়ামীৰ হৈছিল

অসমৰ যুৱকক জঘন্য অপৰাধত ফাঁচিৰ নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়ৰ

অসমৰ যুৱকক জঘন্য অপৰাধত ফাঁচিৰ নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়ৰ

কেৰালা উচ্চ ন্যায়ালয়ে সোমবাৰে অসমৰ পৰা কেৰালালৈ গৈ শ্ৰমিক হিচাপে কাম কৰি থকা মহম্মদ আমিৰুল ইছলাম নামৰ এজন ৩০ বছৰীয়া যুৱকক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ পি বি সুৰেশ কুমাৰ আৰু এছ মানুৰে গঠিত এখন খণ্ড বিচাৰপীঠে ২০১৭ চনৰ ইৰনাকুলাম প্ৰধান সত্ৰ ন্যায়লয়ৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখে। ইছলামে ২০১৬ চনত পেৰুমবাবুৰ

ম’বাইল চাৰ্জ দিবলৈ গৈ কৰুণ মৃত্যু এজন লোকৰ, গুৰুতৰভাৱে আহত লোকজনৰ পত্নী

ম’বাইল চাৰ্জ দিবলৈ গৈ কৰুণ মৃত্যু এজন লোকৰ, গুৰুতৰভাৱে আহত লোকজনৰ পত্নী

মোবাইল চাৰ্জ দিবলৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন লোকৰ। কৰিমগঞ্জৰ কাজিৰবজাৰ এলেকাত সংঘটিত হয় এই অঘটন। বিদ্যুৎস্পৃষ্ট হৈ স্বামীৰ মৃত্যুৰ সমান্তৰালভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে পত্নী। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৩৬ বছৰীয়া বিজয় ৰায়ৰ। মৃত বিজয় ৰায়ৰ পত্নী বৰ্তমানে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।