Author: GTM Desk

ছিপাঝাৰৰ গৰুখুটিত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান, প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা উচ্ছেদ

ছিপাঝাৰৰ গৰুখুটিত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান, প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাৰে পৰা উচ্ছেদ

ছিপাঝাৰৰ গৰুখুটি, ধলপুৰত পুনৰ উচ্ছেদ অভিযান। প্ৰায় ৬০০ পৰিয়ালক চলোৱা হৈছে উচ্ছেদ। প্ৰায় এক হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ কাৰণে এই অভিযান চলাইছে প্ৰশাসনে। পুনৰ গৰুখুটিত দৰং জিলা প্ৰশাসনৰ দ্বাৰা চলোৱা হয় উচ্ছেদ অভিযান। ৩নং ধলপুৰ ভেটি বজাৰৰ ৬০০টা পৰিয়ালৰ ৩৯৭টা পৰিয়ালক কৰা হয় উচ্ছেদ। বাকী পৰিয়ালে নিজে ঘৰ ভাঙি

সুস্বাস্থ্যই বাবে কৰক এই অভ্যাস, বিভিন্ন ৰোগৰ পৰা মুক্ত হ’ব আপুনি

সুস্বাস্থ্যই বাবে কৰক এই অভ্যাস, বিভিন্ন ৰোগৰ পৰা মুক্ত হ’ব আপুনি

স্বাস্থ্যই পৰম ধন। দেহ ভালে ৰাখিবলৈ দেহৰ যতন লোৱাটোও খুবেই প্ৰয়োজন। আমি প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰিব লাগে, খোজ কঢ়াৰ আছে এশ গুণ। এই অভ্যাসে আমাৰ শৰীৰক যথেষ্ট শক্তি দিয়ে। পুৱা সূৰ্য উঠাৰ আগতে বা গধূলি নাইবা আমি ৰাতিও খোজ কঢ়াৰ অভ্যাস কৰিব পাৰো। নিজৰ সুবিধা অনুযায়ী নিয়মিত ভাৱে খোজকঢ়া

মৃত্যুৰ কেইটামান ঘণ্টা পূৰ্বে কলেজীয়া বান্ধবীলৈ ফোন কৰিছিল পংখীয়ে, নীতিকেশৰ বিষয়ে কি কি কৈছিল বান্ধৱীক?

মৃত্যুৰ কেইটামান ঘণ্টা পূৰ্বে কলেজীয়া বান্ধবীলৈ ফোন কৰিছিল পংখীয়ে, নীতিকেশৰ বিষয়ে কি কি কৈছিল বান্ধৱীক?

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য। যোৱা ৩ মে’ৰ পুৱা নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল ২৩ বছৰীয়া পংখী সন্দিকৈৰ মৃতদেহ। ‘‘চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হ’লেও এয়া চূড়ান্ত সিদ্ধান্ত নাছিল। হয় স্বামী নীতিকেশ দাসে হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ সুখবৰ! বৃদ্ধি পালে ফিক্সড ডিপজিটৰ সুদৰ হাৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ সুখবৰ! বৃদ্ধি পালে ফিক্সড ডিপজিটৰ সুদৰ হাৰ

SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ভিতৰত , ১৮০ দিনৰ পৰা ২১০ দিন আৰু ২১১ দিনৰ পৰা ১ বছৰৰ কমলৈ বিভিন্ন সময়ৰ বাবে FDৰ হাৰ বৃদ্ধি কৰিছে। ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৭৫ বেছিছ পইণ্ট পৰ্যন্ত বৃদ্ধি কৰিছে SBIয়ে। ১৫ মে’ বুধবাৰে ভাৰতীয় ষ্টেট বেংকে কিছুমান নিৰ্দিষ্ট

ATMৰ পৰা প্ৰতি মাহে ‘কিমান’ বাৰ ‘বিনামূলীয়া’কৈ টকা উলিয়াব পাৰে জানেনে?

ATMৰ পৰা প্ৰতি মাহে ‘কিমান’ বাৰ ‘বিনামূলীয়া’কৈ টকা উলিয়াব পাৰে জানেনে?

বৰ্তমান যুগত বিত্তীয় লেনদেনৰ ডিজিটেলাইজড সেৱা দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা বেংকৰ লাইনত থিয় হৈ কোনেও ভাল নাপায়। দ্ৰুততাৰ যুগত সকলোৱে প্ৰযুক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ই-বেংকিঙৰ দৰেই গ্ৰাহকৰ বাবেও ATM পছন্দৰ সেৱা। ভাৰতৰ অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হোৱাৰ লগে লগে মানুহ ক্ৰমান্বয়ে ডিজিটেলভাৱে সহজ হৈ পৰিছে।