Author: Shahnawaz Hamza

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ , ‘ জনস্বৰাজ’আৰু মহানগৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত মহানগৰীত কৰ্মৰত একাংশ সাংবাদিকে মহানগৰীত দেওবাৰে গছপুলি বিতৰণ কৰে৷  

বিলাসীপাৰাত বিশ্ব পৰিবেশ দিৱস পালন

বিলাসীপাৰাত বিশ্ব পৰিবেশ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে আজি বিলাসীপাৰাতো  বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিলাসীপাৰা মহকুমাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,  স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰ আদিত বৃক্ষৰোপণ কৰে

সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন

সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে আজি সোণাৰিতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰিৰ শিশু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ উদ্যোগত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গোৱালাপথাৰ