Author: Shahnawaz Hamza

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

নিউজ ব্যুৰ’,নগাঁও,৫ জুন:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন