Author: GTM Desk

Speeding truck kills 4 in Assam’s Darrang district

Speeding truck kills 4 in Assam’s Darrang district

Four persons died and four others were injured after a speeding truck hit them while they were out for their morning walk in the Sipajhar area in Assam’s Darrang district on Tuesday. The accident took place in the Sipajhar College Chowk area. The driver of the truck fled from the

অনুৰাগ শইকীয়া আৰু দীপাক্ষি কলিতাৰ পিছতেই পঞ্চায়তৰ জৰিয়তে উজ্বলিল অসমৰ ৰাজীৱ ৰাগে

অনুৰাগ শইকীয়া আৰু দীপাক্ষি কলিতাৰ পিছতেই পঞ্চায়তৰ জৰিয়তে উজ্বলিল অসমৰ ৰাজীৱ ৰাগে

ডাউনত আমাজন প্ৰাইমৰ জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তে মানুহক যথেষ্ট মনোৰঞ্জন দিছিল।জীতেন্দ্ৰ কুমাৰ,নীনা গুপ্তা আৰু ৰঘুবীৰ যাদৱ অভিনীত পঞ্চায়তে মানুহক কঠিন সময়তো এক পৃথক ৰস দিবলৈ সক্ষম হৈছিল।সেইবাবে দ্বিতীয় ছিজনৰ বাবে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল চলচ্চিত্ৰ প্ৰেমী সকলে। সেয়েহে এই চুপাৰহিট ৱেবছিৰিজৰ দ্বিতীয় চিজনৰ মুক্তিৰ লগে লগে সৰ্বত্ৰে লাভ কৰিছে

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ সম্পাদক নিতুল শইকীয়াই আঁত ধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ মুদৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন কৰা কল্পিতাৰ বিষয়বস্তু আছিল মিউজিকেল কনট্ৰিবিউচনচ অফ আচাৰ্য চিন্ময় লাহিড়ী টুৱাৰ্ডছ দ্যা ডেভেলপমেণ্ট অফ ক্লাছিকেল মিউজিক ইন ৱেষ্ট বেংগল (Musical