26.8 C
Assam
Thursday, June 30, 2022

Featured News

India successfully tests high-speed expendable aerial target Abhyas

India on Wednesday successfully tested the indigenously-designed...

College student raped in Tripura

A 21-year college student was allegedly kidnapped...

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

Assamese Newsজালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

জালুকবাৰী উৰণ সেতুত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে৷ সদাব্যস্ত উৰণ সেতুত যিকোনো মুহূর্তত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উৰণ সেতুৰ দেৱালত ফাট মেলাৰ লগতে উৰণ সেতুত বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ ফলত কামৰূপ মহানগৰ জিলা প্রশাসনে উৰণ সেতুৰ গাঁত হোৱা অংশত বেৰিকেট লগাই বন্ধ কৰি দিছে৷ যদিহে শীঘ্রে উৰণ সেতুৰ ভগ্ণ অংশ মেৰামতি নকৰে, তেন্তে ভয়ংকৰ দুর্ঘটনাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা এই উৰণ সেতুৰে শ শ যান–বাহন চলাচল কৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: