Author: GTM Desk

হাঁহৰ নে মুর্গীৰ কণী স্বাস্থ্যৰ পক্ষে উপকাৰী

হাঁহৰ নে মুর্গীৰ কণী স্বাস্থ্যৰ পক্ষে উপকাৰী

কণী খাই ভাল নোপোৱা মানুহ হয়তো বহুত কমেই আছে৷ কিন্তু এই লৈ সদায় বিতর্ক চলি আহিছে, হাঁহৰ নে মুর্গীৰ কণী বেছি পুষ্টিকৰ৷ পুষ্টিৰ মূল‍্যাংকন কৰিলে দুয়োৰে পুষ্টিগুণ প্ৰায় একেই৷ অৱশ্যে হাঁহৰ কণীৰ পুষ্টিৰ পৰিমাণ সামান্য বেছি৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে৷ ইয়াৰ বিপৰীতে ১০০ গ্ৰাম মুর্গীৰ কণীত

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত

চন্দ্ৰই কাইলৈ মিথুন ৰাশিত অৱস্থান কৰিব৷ মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ’ল বুধ৷ বুধে মেষ ৰাশিত গোচৰ কৰি তাতেই শুক্ৰ আৰু বুধৰ যুঁটি গঠন হৈছে৷ ইয়াৰ ফলত মেষ ৰাশিত কাইলৈ থাকিব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰোপৰি কাইলৈ থকা শুভ যোগসমূহ হৈছে ৰবি যোগ আৰু সুকৰ্ম যোগ৷ ইয়াৰোপৰি শনিবাৰে থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰৰ

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

হিন্দু ধৰ্মত কেদাৰনাথ ধামৰ বিশেষ গুৰুত্ব আছে। এই স্থানক ১২ টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম গণ্য কৰা হয়। কেদাৰনাথক শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। পুৰাণত থকা অনুসৰি ভগবান শিৱই ইয়াত বাস কৰে। প্ৰতিবছৰেই হাজাৰ হাজাৰ ভক্ত কেদাৰানথলৈ আহে ভোলানাথৰ দৰ্শনৰ বাবে। এই পবিত্ৰ স্থানৰ লগত জড়িত বহু কাহিনী আছে। মহাভাৰতত

এই দুই ৰাশিৰ জাতক-জাতিকাৰ বাবে সমস্যাৰে পৰিপূৰ্ণ হ’ব আজিৰ দিনটো

এই দুই ৰাশিৰ জাতক-জাতিকাৰ বাবে সমস্যাৰে পৰিপূৰ্ণ হ’ব আজিৰ দিনটো

মেষ ৰাশিঃ আজি আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ’ব। আপুনি ঘৰৰ পৰা আৰু বাহিৰৰ পৰা ইটোৰ পিছত সিটোকৈ ভাল খবৰ শুনি থাকিব, যিয়ে আপোনাক সুখী কৰি ৰাখিব। আপোনাৰ পত্নীৰ লগত কাজিয়া হ’ব পাৰে, কিন্তু আপুনি বিষয়টো চম্ভালিব লাগিব আৰু ইয়াক তীব্ৰতৰ নকৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিলে তাত সফলতা লাভ কৰিব। কাৰোবাক