Author: Shahnawaz Hamza

শিৱসাগৰত ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰত ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ক’ভিড তথা লকডাউনে কোঙা কৰা অসমৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। গাঁৱৰ চহা খেতিয়সকলৰ অৱস্থা যেনেকৈ তথৈবচ, ক্ষুদ্র ব্যৱসায়ীৰ পৰা আদি কৰি বিভিন্ন বৃত্তিধাৰীৰ সকলো লোক আর্থিকভাৱে ভীষণ