Author: Shahnawaz Hamza

প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰিলে নগাঁৱৰ SP-এ…

প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰিলে নগাঁৱৰ SP-এ…

বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভা। প্ৰৱঞ্চনাৰে ধন আত্মসাত্‍ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এইলৈ এতিয়া এতিয়া তোলপাৰ লাগিছে ৰাজ্য। ঘটনাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ