Author: GTM Desk

চাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

চাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

তিনিচুকীয়াৰ কাকপথাৰত চাঞ্চল্যকৰ ঘটনা।চাৰি বছৰীয়া সন্তানক এৰি এইবাৰ পিতৃ-মাতৃ দুয়ো একেলগে আলফালৈ যোৱাৰ সন্দেহ।কাকপথাৰৰ ১ নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা স্বাধীনলৈ যোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে,বিগত ৫ মে’ তাৰিখে ডিৰাক কপাহতলিৰ পৰা চেলেংগুৰি গাঁৱৰ মুল ঘৰখনলৈ দুয়োগৰাকী আহিছিল আৰু সেইদিনাই ঘৰৰ পৰা ওলাই গৈছিল।সেই ওলাই

প্ৰথমে গৃহমন্ত্ৰীৰ মিটিঙত সোমোৱাত বাধা আৰু তাৰপিছত স্পষ্টিকৰণ,মন্ত্ৰী ৰঞ্জিত দাসৰ বিলৈৰ পৰা নাই অন্ত

প্ৰথমে গৃহমন্ত্ৰীৰ মিটিঙত সোমোৱাত বাধা আৰু তাৰপিছত স্পষ্টিকৰণ,মন্ত্ৰী ৰঞ্জিত দাসৰ বিলৈৰ পৰা নাই অন্ত

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি পুৱা ১০:৩০ বজাত অসমৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে নিৰাপত্তাৰ দিশ কিদৰে পৰিচালনা হয় তাৰ ওপৰত এক আভাস লয়। কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে শেষত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।