Author: Shahnawaz Hamza

চাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

চাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

তিনিচুকীয়াৰ কাকপথাৰত চাঞ্চল্যকৰ ঘটনা।চাৰি বছৰীয়া সন্তানক এৰি এইবাৰ পিতৃ-মাতৃ দুয়ো একেলগে আলফালৈ যোৱাৰ সন্দেহ।কাকপথাৰৰ ১ নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা স্বাধীনলৈ যোৱা বুলি জানিব পৰা গৈছে।