মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ বিশেষকৈ চিলনী চোৰৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰ৷ চিলনী চোৰে ধাৰাবাহিকভাৱে সংঘটিত কৰি গৈছে সোণৰ চেইন চুৰি ৷ শুক্ৰবাৰে পুৱাই মহানগৰীৰ পদুমবৰীত প্রাতঃভ্রমণলৈ যোৱা শিক্ষয়িত্ৰীৰ সোণৰ চেইন কাঢ়ি নিলে দুর্বৃত্তই ৷ এখন বাইকত অহা
Author: GTM Desk
প্ৰবল শিলাবৃষ্টিৰ কৰাল গ্ৰাসত আচ্ছন্ন হৈছে ঘিলামৰাৰ বিস্তীৰ্ণ অঞ্চল। বৃহস্পতিবাৰে নিশা প্ৰায় ১২বজাৰ পৰা সৃষ্টি হোৱা ভয়াৱহ শিলাবৃষ্টিয়ে ঘিলামৰাস্হ সোৱণশিৰি ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে। প্ৰায় এঘন্টা জুৰি দিয়া শিলাবৃষ্টিয়ে তাণ্ডৱ চলাই বৰদৈবাম, ঘিলামৰা, দেৱলীয়া, বিলমুখ আদি পঞ্চায়তৰ শ শ পৰিয়ালৰ ঘৰ, ভঁৰাল, গোহালি ঘৰৰ টিনপাত বিনষ্ট
ৰঙিয়াৰ মৰাণজানত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় এজন চাইকেল আৰোহী। ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী অভিমুখী এখন এল পি জি কঢ়িওৱা বাহনে চাইকেল আৰোহী জনক মহতীয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় চাইকেল আৰোহীজনে। জানিব পৰামতে নিহত চাইকেল আৰোহীজন ৰঙিয়া বড়িগোগৰ মিন্টু বৈশ্য। দুৰ্ঘটনাৰ পিচতে
হাজোত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। হাজোৰ অন্তৰ্গত পূব সৌৰামূৰী গাঁৱত তীব্ৰ বেগেৰে বিদ্যুতৰ খুটাত খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে। লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথাৰত বাগৰি পৰে। তথ্য অনুসৰি বাহনখনত চালকৰ ৰূপত আছিল এজন ১৮ বছৰীয়া কিশোৰ। কিশোৰজনৰ সৈতে অন্য দুজন ১৮ বছৰীয়া কিশোৰ থকা বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত
নিউজ ব্যুৰ’,নগাঁও,৩মে’:–নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তৰ নিজ হাতীচোং দীঘলিপাৰত অহা ৪ মে’ত দিনজোৰাকৈ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নিজ হাতীচোং দীঘলিপাৰৰ দিবা সাংস্কৃতিক গোষ্ঠী তথা যুৱক-যুৱতীৰ উদ্যোগত দীঘলিপাৰ নামঘৰৰ বাকৰিত আয়োজিত ৰঙালী বিহু কাৰ্যসূচীৰ অংশৰূপে পুৱা বন্তি প্ৰজ্বলন,ছহিদ তৰ্পণ আৰু বৃক্ষৰোপণৰ অন্তত পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ পাছতে দিনৰ