Author: GTM Desk

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক তীব্ৰ সমালোচনা । অমিত শ্বাহৰ ঘোষণা অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহত হিন্দী শিক্ষা দশম