তেজপুৰৰ চামধৰাত নৃশংস হত্যাকাণ্ড। পত্নীক কাটি দুচেও কৰিলে স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম শান্তি ঘোষ। স্বামী ইন্দ্ৰজিত ঘোষে সংঘটিত কৰিলে এই নাৰকীয় ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ। হত্যাকাণ্ডৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামীয়ে। আৰক্ষীৰ ওচৰত হত্যাকাৰীয়ে জমা দিয়ে হত্যাকাণ্ডত ব্যৱহৃত দা। পৰ পুৰুষৰ
Author: GTM Desk
পুনৰ গুৱাহাটীত সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বিদেশী চিগাৰেট। মিৰ্জাৰ ভাৰতীয় ডাক বিভাগ কাৰ্যালয় চৌদহৰ পৰা জব্দ চিগাৰেটখিনি। ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমলৈ আহিছিল অবৈধ চিগাৰেটখিনি। ৩ খনকৈ ট্ৰাকত আহিছিল ৭৬ কাৰ্টন অবৈধ বিদেশী চিগাৰেট। জব্দকৃত বিদেশী চিগাৰেটখিনৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা। অসমৰ মাজেৰে দিল্লী, বাংগালুৰু আৰু কলিকতালৈ
‘পে পে পে…’ ৰে তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাটোৰ ভিতৰতে হৈ পৰিছিল জনপ্ৰিয়। নাগাৰা নামৰ নিজস্ব শৈলীৰ সকলোকে কৰিছিল মন্ত্ৰমুগ্ধ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ সকলোকে কৰিছিল আপ্লুত। নাগাৰা নাম প্ৰদৰ্শনৰ নিজস্ব শৈলী তেওঁৰ। নামৰ তেওঁৰ কৰিশ্মা নাথ। কৰিশ্মা নাথ বুলি ক’লেই সকলোৰে মুখলৈ আহে মিছিকীয়া হাঁহিৰে সকলো মাজত নাম প্ৰদৰ্শন
মৰাণৰ ১ নং ডোমৰ দলং গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। শুকুৰবাৰে নিশা বিহু চাই আহি ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীক। নিশা বিহু চাই আহি যুৱতীগৰাকীয়ে ঘৰৰ ভিতৰতে চৰম পথ লোৱা বুলি প্ৰাথমিক পৰ্যায়ত সন্দেহ কৰা হৈছে।
Dibrugarh, April 27 – The Public Relations specialization students of the Centre for Studies in Journalism and Mass Communication , Dibrugarh University, spearheaded an insightful and engaging session titled “Anweshan: Stress Less Talk” today at the prestigious Indira Miri Conference Hall. The event, organized as part of their campaign “Stress