Advertisement

Author: Shahnawaz Hamza

নগাঁৱৰ পুৰণিগুদামত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ আৰম্ভ

নগাঁৱৰ পুৰণিগুদামত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত সোমবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ । পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ উদ্যোগত

নগাঁৱৰ শেনছোৱাত মিচিং সাজপাৰৰ বিপনী “আয়াং” মুকলি

নগাঁৱৰ শেনছোৱাত মিচিং সাজপাৰৰ বিপনী “আয়াং” মুকলি

নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–মিচিং জনগোষ্ঠীৰ সাজপাৰৰ এখন বিপনী সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱাত মুকলি কৰা হয়। মিচিং লোকসকলৰ সাজপাৰক অধিক জনমুখী কৰাৰ প্ৰয়াসৰে এই বিপনীখন মুকলি কৰা হৈছে । বিপনীখনত মিচিং

ভয়ংকৰ! অভাৰটেক কৰিবলৈ গৈ বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, ছিটত ওলমি ৰ’ল মৃতদেহ, ৮ জনৰ থিতাতে মৃত্যু, কেইবাজনো আহত

ভয়ংকৰ! অভাৰটেক কৰিবলৈ গৈ বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, ছিটত ওলমি ৰ’ল মৃতদেহ, ৮ জনৰ থিতাতে মৃত্যু, কেইবাজনো আহত

দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উন্নাও-হৰদয় পথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ মাজত হয় সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত বাছখনৰ সোঁফালটো টুকুৰা-টুকুৰ হৈ পৰে। অভাৰটেক কৰিবলৈ যাওতে ট্ৰাকখনে

নগাঁৱৰ মাজ জামুগুৰি আৰু বটদ্ৰৱাত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন

নগাঁৱৰ মাজ জামুগুৰি আৰু বটদ্ৰৱাত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– “জাতীয় উৎসৱ বিহুৰ জৰিয়তে কেৱল আনন্দ উল্লাস আৰু সমাজ জীৱনৰ ঐক্য- সংহতিৰ মূৰ্ত প্ৰকাশ ঘটাই নহয়,সৰ্বাত্মক ৰূপত জাতিটোক সমৃদ্ধ কৰা সকলো উপাদান আৰু সৃষ্টি সম্ভাৰ বিহুৰ বুকুতে সংপৃক্ত

“গান্ধাৰ”ৰ উদ্যোগত আয়োজিত সদৌ অসম বিহু আখৰা–২০২৪ৰ সামৰণি

“গান্ধাৰ”ৰ উদ্যোগত আয়োজিত সদৌ অসম বিহু আখৰা–২০২৪ৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– ঢোল, পেপা-গগণাৰ মাতত উদুলি-মুদুলি নগাঁও জিলাৰ উৰিয়াগাঁৱৰ ঐতিহাসিক খেলপথাৰ । নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ”ৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ পৰা ১২এপ্ৰিললৈ উৰিয়াগাঁৱত “সদৌ অসম বিহুৰ আখৰা–২০২৪”ৰ আয়োজন কৰা