কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াকৈ ধুবুৰীৰ এআই ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাবে খড়্গগ্ৰস্ত হৈ পৰিছে ৰকিবুল হুছেইন ।

ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ ১৬৭ পৃষ্ঠাজোৰা অভিযোগ সম্বলিত এখন আবেদন আজি বিধানসভাৰ অধ্যক্ষক দাখিল কৰে ৷

দলবিৰোধী কাৰ্যত লিপ্ত হোৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক গৰাকীৰ পদ খাৰিজৰ বাবে ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়ক সকলে অধ্যক্ষক আহ্বান জনাই ৷

Shahnawaz Hamza

Related