Advertisement

Author: Shahnawaz Hamza

এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা ভাষাৰ প্রশ্নকাকত অবিহনে অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভাষাৰ প্রশ্নকাকতক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ